শেহতীয়া খবৰ
কোৰোনাত আক্ৰান্ত হৈ কি ক'লে ভাস্কৰজ্যোতি মহন্তই...  •  ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ...  •  ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...

কৰ্ণাটকত অটুট থাকিবনে এইচ ডি কুমাৰস্বামীৰ চৰকাৰ! আজি আস্থা ভোট…

112

ডিজিটেল ডেস্কঃ কিছুদিনৰ পৰা কণাৰ্টকত চলি ৰাজনৈতিক সংকটৰ যেন আজি অন্ত পৰিব। এইচ ডি কুমাৰস্বামীৰ চৰকাৰৰ আস্থা ভোটেৰে আজি ভৱিষ্যৎ নিৰূপন কৰিব বিধায়কসকলে। ইতিমধ্যে বুধবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে সাক্ষাৎ কৰিছে কংগ্ৰেছৰ বিধায়কসকলক।

ইফালে জে ডি এছৰ বিধায়কসকলক হুইপ জাৰি কৰা হৈছে যে তেওলোকে সকলোৱে যাতে চৰকাৰৰ সপক্ষত ভোট প্ৰদান কৰে। লগতে আজি বিধানসভাত যি সকল জে ডি এছৰ বিধায়ক অনুপস্থিত থাকিব তেওলোকক দলৰ সদস্য পদ কৰ্তন কৰা হ’ব বুলিও নিৰ্দেশ জাৰি কৰা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি