কৰ্ণাটকত প্ৰতিবাদ কৰা কংগ্ৰেছ নেতাক আটক আৰক্ষীৰ

কৰ্ণাটকত প্ৰতিবাদ কৰা কংগ্ৰেছ নেতাক আটক আৰক্ষীৰ
  • কৰ্ণাটকত প্ৰতিবাদ কৰা কংগ্ৰেছ নেতাক আটক আৰক্ষীৰ।
  • কংগ্ৰেছ নেতা দীনেশ গুন্দু ৰাও, ৰিজৱান আৰ্ছাদ, কে সুৰেশ আৰু সিদ্দাৰমায়াক আটক।
  • তেওঁলোকে মুখ্যমন্ত্ৰী কাৰ্যালয় লৈকে সমদয় উলিয়াইছিল।
  • বিদৰ ৰাষ্ট্ৰদোহ গোচৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।
  • আৰক্ষী বিভাগক ৰাজ্যচৰকাৰে নিজ ইচ্ছানুসৰি ব্যৱহাৰ কৰাৰ অভিযোগ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in