কৰ্ণাটক কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কমিটীৰ সভাপতিৰ পদত্যাগ…

কৰ্ণাটক কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কমিটীৰ সভাপতিৰ পদত্যাগ…
  • কৰ্ণাটক কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ কমিটীৰ সভাপতি এইছ কে পাটিলৰ ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ।
  • কৰ্ণাটকত কংগ্ৰেছৰ বিফলতা সন্দৰ্ভত পত্ৰ প্ৰেৰণ কংগ্ৰেছ অধ্যক্ষলৈ।
  • এই মুহূৰ্তত পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰা উচিত বুলি পত্ৰত উল্লেখ এইছ কে পাটিলৰ।
  • কৰ্ণাটকত কংগ্ৰেছৰ বিফলতাৰ দায়িত্ব স্বীকাৰ নিৰ্বাচনী প্ৰচাৰ কমিটীৰ সভাপতিগৰাকীৰ।
  • পত্ৰৰ লগতে পদত্যাগ পত্ৰও প্ৰেৰণ কৰিলে তেওঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in