প্ৰদেশ বিজেপিৰ সভাপতি আক্ৰান্ত কোৰোনাত…

প্ৰদেশ বিজেপিৰ সভাপতি আক্ৰান্ত কোৰোনাত…
  • কৰ্ণাটক বিজেপি প্ৰদেশ সভাপতি নলীন কুমাৰ কাটেল আক্ৰান্ত হৈছে কোৰোনাত।
  • নেতাগৰাকীয়ে নিজে টুইটাৰযোগে সদৰি কৰিলে এই তথ্য।
  • নলীন কুমাৰ কাটেল বৰ্তমান ভৰ্তি হৈছে হস্পাতালত।
  • কোৰোনাৰ কোনো উপসৰ্গই দেখা দিয়া নাই যদিও তেওঁৰ ৰিজাল্ট আহিছে পজিটিভ।
  • উল্লেখ্য যে, কৰ্ণাটকত কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে ৩লাখ ২৭হাজাৰ ০৭৬গৰাকী।
  • দেশৰ ভিতৰতে কোৰোনাই সৰ্বাধিক ক্ষতিগ্ৰস্থ কৰা ৰাজ্যসমূহৰ ভিতৰত চতুৰ্থস্থানত আছে কৰ্ণাটক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in