ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৰৈ থকা ট্ৰাকত বাহনে মাৰিলে খুন্দা, নিহত প্ৰসূতীসহ ৭জন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ দেওবাৰে কৰ্ণাটকৰ কালাবুৰাগীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এগৰাকী প্ৰসূতীসহ ৭জনকৈ লোকে হেৰুৱাই প্ৰাণ। দেওবাৰে পুৱা ভাগত এখন বাহনৰে গৈ থকা সময়তে বাহনখনে খুন্দা মাৰে ৰৈ থকা ট্ৰাকত।

আৰক্ষীয়ে সদৰী কৰা অনুসৰি, প্ৰসূতীগৰাকীক কালাবুৰাগীৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ বাবে গৈ আছিল। আৰু আদবাটতে এই পথ দুৰ্ঘটনাত তেওঁলোকৰ মৃত্যু হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in