এটেনশ্যন ৰাজেন গোহাঁই! কৰ্ণাটকত উৎকোচ নিদিয়া বাবে অসমৰ ২ ৰেলযাত্ৰীক আৱদ্ধ

এটেনশ্যন ৰাজেন গোহাঁই! কৰ্ণাটকত উৎকোচ নিদিয়া বাবে অসমৰ ২ ৰেলযাত্ৰীক আৱদ্ধ
  • বহিঃৰাজ্যত পুনৰ অসমৰ ৰেলযাত্ৰীক দুৰ্ব্যৱহাৰ।
  • কৰ্ণাটকত সংঘটিত হৈছে এই ঘটনা।
  • হাত সাৰি নগ'ল ৬মাহৰ অন্তসত্বা মহিলা।
  • আৰ পি এফে নিৰ্যাতন চলোৱাৰ অভিযোগ।
  • অধিক বেগ থকাৰ বাবে আৰ পি এফে বিচাৰিছিল ২০০০ টকাৰ উৎকোচ।
  • উৎকোচ নিদিয়াৰ বাবেই নমাই দিয়ে ৰেলৰ পৰা।
  • আৰ পি এফে নিৰ্যাতন চলোৱা দম্পতীহাল ৰাজু বৰুৱা আৰু অঞ্জু বৰুৱা।
  • দম্পতীহাল গোৱাৰ পৰা আহি আছিল গুৱাহাটীলৈ।
  • কৰ্ণাটকৰ কুমকুম ষ্টেশ্যনত এই ঘটনা।
  • বৰ্তমান ষ্টেশ্যনটোতে আৱদ্ধ হৈ আছে যাত্ৰী দুগৰাকী।
  • চিন্তিত হৈ আছে পৰিয়ালৰ লোক।
  • নগাঁৱৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোহাঁইক ব্যৱস্থা গ্ৰহণৰ দাবী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in