কৰিমগঞ্জত পত্নীক ডিঙি ৰেপি হত্যা কৰি স্বামীৰ আত্মহত্যা!

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • কৰিমগঞ্জত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
  • পত্নীক ডিঙি ৰেপি হত্যা কৰি আত্মহত্যা কৰিলে স্বামীয়ে।
  • কৰিমগঞ্জৰ বদৰপুৰৰ আলাকুলিপুৰত সংঘটিত হৈছে এই ঘটনা।
  • পাৰিবাৰিক কন্দলৰ বাবে সংঘটিত হল এই কৰুণ ঘটনা।
  • বিশু শীল নামৰ লোকজনৰ বিৰুদ্ধে পত্নীক হত্যা কৰাৰ অভিযোগ।
  • পত্নীক হত্যা কৰি আত্মহত্যা কৰাৰ সন্দেহ লোকজনৰ বিৰুদ্ধে।
  • উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in