ৰাজ্যৰ প্ৰাক্তন উপায়ু্ক্তক গ্ৰেপ্তাৰ

ৰাজ্যৰ প্ৰাক্তন উপায়ু্ক্তক গ্ৰেপ্তাৰ
  • গ্ৰেপ্তাৰ হ'ল কৰিমগঞ্জৰ প্ৰাক্তন উপায়ুক্ত।
  • প্ৰাক্তন উপায়ুক্ত প্ৰদীপ তালুকদাৰক গ্ৰেপ্তাৰ।
  • কৰিমগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তালুকদাৰক।
  • গুৱাহাটীৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।
  • ভূমি কেলেংকাৰীৰ সৈতে জড়িতৰ অভিযোগ।
  • সূতাৰকান্দি সমন্বিত চেকগে'টত ভূমি কেলেংকাৰীৰ অভিযোগ।
  • অবৈধভাৱে ভূমি আবণ্টনৰ অভিযোগ তালুকদাৰৰ বিৰুদ্ধে।
  • উল্লেখ্য যে, ইয়াৰ পূৰ্বে তেওঁক কৰ্মক্ষেত্ৰৰ পৰা নিলম্বন কৰা হৈছিল।
  • ১৯ জুলাইত ৰাজ্য চৰকাৰে কৰিছিল নিলম্বন।
  • সেই সময়ত সমবায় বিভাগত কৰ্তব্য সম্পাদন কৰি আছিল তালুকদাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in