শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

ৰাজ্যৰ প্ৰাক্তন উপায়ু্ক্তক গ্ৰেপ্তাৰ

1,329
  • গ্ৰেপ্তাৰ হ’ল কৰিমগঞ্জৰ প্ৰাক্তন উপায়ুক্ত।
  • প্ৰাক্তন উপায়ুক্ত প্ৰদীপ তালুকদাৰক গ্ৰেপ্তাৰ।
  • কৰিমগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তালুকদাৰক।
  • গুৱাহাটীৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।
  • ভূমি কেলেংকাৰীৰ সৈতে জড়িতৰ অভিযোগ।
  • সূতাৰকান্দি সমন্বিত চেকগে’টত ভূমি কেলেংকাৰীৰ অভিযোগ।
  • অবৈধভাৱে ভূমি আবণ্টনৰ অভিযোগ তালুকদাৰৰ বিৰুদ্ধে।
  • উল্লেখ্য যে, ইয়াৰ পূৰ্বে তেওঁক কৰ্মক্ষেত্ৰৰ পৰা নিলম্বন কৰা হৈছিল।
  • ১৯ জুলাইত ৰাজ্য চৰকাৰে কৰিছিল নিলম্বন।
  • সেই সময়ত সমবায় বিভাগত কৰ্তব্য সম্পাদন কৰি আছিল তালুকদাৰে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি