কৰিমগঞ্জৰ পাথাৰকান্দিত নৃশংস হত্যাকাণ্ড…

কৰিমগঞ্জৰ পাথাৰকান্দিত নৃশংস হত্যাকাণ্ড…
  • কৰিমগঞ্জৰ পাথাৰকান্দিত নৃশংস হত্যাকাণ্ড।
  • ৰডেৰে মৰিয়াই বিজন দেৱ নামৰ এজন লোকক নৃশংসভাৱে হত্যা।
  • কাশী কেওট নামৰ লোকজনে হত্যা কৰাৰ অভিযোগ।
  • পথ নিৰ্মাণক লৈ হোৱা বিবাদৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
  • একাংশ ক্ষুব্ধ লোকে লণ্ডভণ্ড কৰে অভিযুক্তৰ বাসগৃহ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in