পাহাৰৰ শিল খহি এক্সেভেটৰৰ তলত পৰি কাৰ্বিআংলঙত প্ৰাণ হেৰুৱালে এজন লোকে…

পাহাৰৰ শিল খহি এক্সেভেটৰৰ তলত পৰি কাৰ্বিআংলঙত প্ৰাণ হেৰুৱালে এজন লোকে…
  • কাৰ্বি আংলং জিলাৰ পাৰ্কুপত এজন লোকে হেৰুৱালে প্ৰাণ।
  • শিলৰ কোৱেৰীত কৰ্মৰত অৱস্থাত মৃত্যু হয় লোকজনৰ।
  • নিহত লোকজনৰ নাম প্ৰমেদ টিমুং।
  • পাহাৰৰ শিল খহি এক্সেভেটৰৰ তলত পৰি মৃত্যু হয় টিমুঙৰ।
  • পাৰ্কুপ বন বিভাগে ঘটনাক গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ।
  • মংগল সিং টিছু নামৰ এজন লোকৰ কোৱেৰীত কাম কৰিছিল লোকজনে।
  • আঞ্জুকপানী থানাত ঘটনা সম্পৰ্কত ৰুজু হৈছে গোচৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in