তেজপুৰ আৰক্ষীৰ জালত দুই গাড়ী চোৰ

তেজপুৰ আৰক্ষীৰ জালত দুই গাড়ী চোৰ
  • দেওবাৰে কাৰ্বি আংলঙৰ মাঞ্জাত তেজপুৰ আৰক্ষীৰ অভিযান।
  • অভিযানত উদ্ধাৰ চুৰি টাটা ছুম'সহ ২ দুৰ্ধৰ্ষ গাড়ী চোৰ।
  • তেজপুৰৰ বাটামাৰীৰ পৰা পুৱতি নিশা চুৰি কৰিছিল বাহনখন।
  • ধৃত গাড়ী চোৰ দুটা ক্ৰমে- ফৈজউদ্দিন মজুমদাৰ আৰু মহম্মদ চৈয়বউদ্দিন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in