শেহতীয়া খবৰ
নাৰায়ণপুৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভাওনা সমাৰোহ-২০২১ : স্মৃতিগ্ৰন্থ ৰূপ ৰস ৰংগ উন্মোচন...  •  মাজুলী বনগাৱত ভয়ংকৰ অগ্নিকাণ্ড...  •  মই টিকেট নোপোৱা কোনো কাৰণ নাই : ৰামকান্ত দেউৰী  •  বকোৰ শিঙুৱা জলসিঞ্চন প্ৰকল্পৰ কেনেলত মৃতদেহ উদ্ধাৰ...  •  হোজাই জিলাৰ তিনিটা সমষ্টিত ১২৫ টা জটিল ভোটকেন্দ্ৰ : অৰ্ধ সামৰিক বাহিনীৰ ৩০ কোম্পানী নিয়োগ...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক...  •  শীঘ্ৰে আৰম্ভ হ'ব স্তব্ধ ইণ্ডো- নগা ৰাজনৈতিক আলোচনা...  •  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে কোভিড ভেকচিন...  •  দিল্লীত আসন বুজাবুজি চূড়ান্ত : সংবাদমেলত ঘোষণা কৰিব মিত্ৰ দলক কিমান আসন এৰি দিলে বিজেপিয়ে...

গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত কাৰ্বি আংলং আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ ৩ উগ্ৰপন্থী…

155
  • গণতন্ত্ৰ দিৱসৰ পূৰ্বে কাৰ্বি আংলঙৰ সিংহাসন পাহাৰত আৰক্ষী আৰু চিআৰপিএফ অভিযান।
  • উগ্ৰপন্থীৰ বিৰদ্ধে চলে এই অভিযান৷
  • দলটোৱে ইউপিআৰএফৰ ( মাৰ্টিন গোট) ৩ জনকেডাৰক পিট আইজল এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে ৷
  • উগ্ৰপন্থী দলটোৰ পৰা এটা পিষ্টল আৰু দুই ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰে ৷
  • ৩গৰাকী উগ্ৰপন্থীৰ ভিতৰত অৰ্জুন নামৰ কেডাৰজন দলটোৰ শীৰ্ষ নেতা ৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি