গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত কাৰ্বি আংলং আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ ৩ উগ্ৰপন্থী…

গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত কাৰ্বি আংলং আৰক্ষীৰ অভিযান, গ্ৰেপ্তাৰ ৩ উগ্ৰপন্থী…
  • গণতন্ত্ৰ দিৱসৰ পূৰ্বে কাৰ্বি আংলঙৰ সিংহাসন পাহাৰত আৰক্ষী আৰু চিআৰপিএফ অভিযান।
  • উগ্ৰপন্থীৰ বিৰদ্ধে চলে এই অভিযান৷
  • দলটোৱে ইউপিআৰএফৰ ( মাৰ্টিন গোট) ৩ জনকেডাৰক পিট আইজল এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে ৷
  • উগ্ৰপন্থী দলটোৰ পৰা এটা পিষ্টল আৰু দুই ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ কৰে ৷
  • ৩গৰাকী উগ্ৰপন্থীৰ ভিতৰত অৰ্জুন নামৰ কেডাৰজন দলটোৰ শীৰ্ষ নেতা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in