জুনৰ মাজভাগত হ’ব কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচন…

জুনৰ মাজভাগত হ’ব কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচন…
  • জুনৰ মাজভাগত অনুষ্ঠিত হ'ব কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন।
  • বুধবাৰে আয়োজন হৈছিল ৰাজ্যিক নিৰ্বাচন আয়োগৰ সৈতে এক সৰ্বদলীয় বৈঠক।
  • নিৰ্বাচনৰ বাবে সাজু বিজেপি।
  • বিজেপিয়ে গঠন কৰিছে এখন বিশেষ কমিটি।
  • মন্ত্ৰী ৰনোজ পেগুৰ নেতৃত্বত স্বায়ত্ব শাসিত পৰিষদৰ বাবে গঠন কৰা হৈছে এই কমিটি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in