কাৰ্বি আংলঙত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত ৪

কাৰ্বি আংলঙত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত ৪
  • কাৰ্বি আংলঙৰ মানজাৰ আপাৰ মহংদিজোৱাত ভয়ংকৰ দুৰ্ঘটনা।
  • ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ আৰু ট্ৰেংকাৰৰ মুখামুখী সংঘৰ্ষ।
  • দুৰ্ঘটনাত কমেও ৪ জন লোক থিতাতে নিহত।
  • মৃত্যৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা।
  • উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে মানজা আৰক্ষীয়ে।
  • বাছখন ডিফুৰ পৰা নগাঁও অভিমুখে গৈ আছিল।
  • নিহত কেইজন হ'ল বাকছা বৰমাৰ জাভেদ আলি , বৰপেটাৰ ধমেন্দ্ৰ দাস আৰু মৈৰাবাৰীৰ দিলদাৰ হুছেইন ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in