শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

ভয়ংকৰ পথ দুৰ্ঘটনা! কাৰ্বিআংলঙত বাছ-টেংকাৰৰ সংঘৰ্ষ, থিতাতে নিহত ৪জন…

262
  • কাৰ্বি আংলঙৰ মানজাৰ আপাৰ মহংদিজোৱাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।
  • ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ আৰু ট্ৰেংকাৰৰ মুখামুখী সংঘৰ্ষ।
  • দুৰ্ঘটনাত ৪ জন লোক থিতাতে নিহত বুলি জানিব পৰা গৈছে।
  • মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা।
  • উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে মানজা আৰক্ষীয়ে।
  • বাছখন ডিফুৰ পৰা নগাঁও অভিমুখে গৈ আছিল।
  • স্থানীয় লোকে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতেই পলায়ন কৰে বাছ চালকজনে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি