ভয়ংকৰ পথ দুৰ্ঘটনা! কাৰ্বিআংলঙত বাছ-টেংকাৰৰ সংঘৰ্ষ, থিতাতে নিহত ৪জন…
- কাৰ্বি আংলঙৰ মানজাৰ আপাৰ মহংদিজোৱাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।
- ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ আৰু ট্ৰেংকাৰৰ মুখামুখী সংঘৰ্ষ।

- দুৰ্ঘটনাত ৪ জন লোক থিতাতে নিহত বুলি জানিব পৰা গৈছে।
- মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা।
- উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে মানজা আৰক্ষীয়ে।

- বাছখন ডিফুৰ পৰা নগাঁও অভিমুখে গৈ আছিল।
- স্থানীয় লোকে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতেই পলায়ন কৰে বাছ চালকজনে।
