কোৰোনাত আক্ৰান্ত হৈ কাৰ্বি আংলং জিলাৰ কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালকৰ মৃত্যু…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ অধিক অৱনতি কাৰ্বি আংলঙত।
  • কোৰোনাত আক্ৰান্ত হৈ জিলা কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক(পাৰ্বত্য) ৰামছিং হাঞ্চেক মৃত্যু।
  • কেইটামান দিনৰ পূৰ্বে তেওঁ আক্ৰান্ত হৈছিল কোৰোনাত।
  • GMCH চিকিৎসাধীন হৈ আছিল ৰামছিং হাঞ্চে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in