কাৰ্বি আংলঙত ২০লাখ টকা মূল্যৰ ড্ৰাগছ জব্দ…

কাৰ্বি আংলঙত ২০লাখ টকা মূল্যৰ ড্ৰাগছ জব্দ…

  • কাৰ্বি আংলঙৰ ডিলাইত বৃহত্‍ পৰিমাণৰ ড্ৰাগছ জব্দ
  • গোপন সূত্ৰৰ পম খেদি বোকাজান, ডিলাই আৰক্ষীৰ অভিযান চলাইছিল আৰক্ষীয়ে।
  • জব্দকৃত ব্ৰাউন ছুগাৰখিনিৰ মূল্য প্ৰায় ২০ লাখ
  • আটক কৰা হৈছে আলী হুছেইন, মইনুল হক নামৰ দুজনক
  • লাহৰীজানত এখন মহেন্দ্ৰ পিক ভানৰ পৰা জব্দ ড্ৰাগছখিনি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in