শেহতীয়া খবৰ
কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  ৰাজ্যত ২৫৮জন কোভিড পজিটিভ, সুস্থ ২৯৪৮...  •  বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বাবে দুঃখবৰ! কোৰোনাত আক্ৰান্ত দেবেন্দ্ৰ ফড়নবিছ...  •  ৰাজ্যপাল জগদীশ মুখী অসুস্থ, ভৰ্তি কৰা হৈছে এইমছত...  •  ৰাজ্যপাল জগদীশ মুখী অসুস্থ, ভৰ্তি কৰা হৈছে এইমছত...  •  "জাতীয় যুৱ শক্তি"ৰ ৰাজ্যিক আহ্বায়ক হিমাংকু বৰ্মনক নিৰ্মম প্ৰহাৰ আৰক্ষীৰ...  •  কৰৰ বাবে ৰাজ্যভেদে ভিন্ন পেট্ৰল আৰু ডিজেলৰ মূল্য...  •  চেলিব্ৰেটীৰ দুখত দুখী চৰকাৰ! মৃৎ শিল্পী-লোক শিল্পীৰ চকুলোক অনাদৰ কিয়...  •  মঙলদৈত ব্যয়বহুল মাৰ্বলৰে নিৰ্মিত মা দুর্গাৰ প্ৰতিমাৰে পূজা...  •  ২০২১ ৰ নিৰ্বাচন ৰাৱণৰূপী বিজেপিক বিদায় দিয়াৰ নিৰ্বাচন: বিধায়ক জাকিৰ হুছেইন শিকদাৰ...

বৃদ্ধি পাইছে কপিলীৰ জলপৃষ্ঠ, শংকাত নৈপৰীয়া ৰাইজ…VIDEO

310

ডিজিটেল সংবাদ, কামপুৰঃ যোৱা সোমবাৰে কপিলী নদীৰ উমৰাংছ’ জলবিদ্যুৎ প্ৰকল্পৰ পাইপ ফাটি যোৱা পিছতেই কপিলীৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।আনহাতে প্ৰকল্পটো তিনিখনগেট খুলি দিয়াত ঘণ্টাত প্ৰায় ১০ ছে:মি:ৰকৈ বৃদ্ধি পাইছে কপিলী পানী।

এনেদৰে ১০ ছে:মি:ৰকৈ কপিলী নৈৰ পানী যদি বৃদ্ধি পায় বিয়লি ভাগলৈ বিপদ সীমাৰ লেভেল পাৰ হোৱাটো নিশ্চিত। উমৰাংছ’কপিলী জলবিদ্যুৎ প্ৰকল্পটোৰ মেৰামতি কাম সময়মতে নকৰি কৰ্তৃপক্ষই হেমাহী কৰাৰ বাবে আজি শংকাত ভুগিব লগা হৈছে কপিলী পৰীয়া ৰাইজ সকল ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি