কপিলী, ব্ৰহ্মপুত্ৰ বৈ আছে বিপদসীমাৰ ওপৰেৰে…

কপিলী, ব্ৰহ্মপুত্ৰ  বৈ আছে বিপদসীমাৰ ওপৰেৰে…
  • আজি পৰ্যন্ত ৰাজ্যৰ বানত ৩২খন জিলাৰ ৪,৯৪১খন গাঁও ক্ষতিগ্রস্ত।
  • বানত ক্ষতিগ্রস্ত হৈছে ৫৪,৫৭,৬০১ গৰাকী লোক।
  • যোৱা ২৪ ঘণ্টাত ৪টি শিশুসহ ১২গৰাকী লোকৰ বানত মৃত্যু।
  • ধৰমতুলত বৰ্তমানেও বিপদ সীমাৰ ওপৰেৰে বৈ আছে কপিলী নদী।
  • নাঙলামূৰাঘাটত বিপদ সীমাৰ ওপৰেৰে বৈছে দিচাং নদী।
  • ধুবুৰী,গোৱালপাৰা,তেজপুৰ,নিমাতীঘাটত বিপদসীমাৰ ওপৰেৰে বৈছে ব্রহ্মপুত্র।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in