শেহতীয়া খবৰ
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যুঃ কোনে উলিয়াইছে এই ভুৱা খবৰ...  •  চিৰাঙত চোৰাং কাঠ সৰবৰাহত জড়িত তিনিজনকৈ বন বিভাগৰ কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন…  •  ৰাজ্যত পুনৰ ৪৫৯৩জন কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬৮,৯৯৯ জনলৈ বৃদ্ধি...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  কোভিড-১৯ঃ পুনৰ ৬জনে হেৰুৱালে প্ৰাণ, ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬১জনলৈ বৃদ্ধি...  •  গোৱালপাৰাত একেদিনাই ১১০জন কোভিড পজিটিভ, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৯৮ জনলৈ বৃদ্ধি  •  ধেমাজিত পুনৰ ১৬২ গৰাকীৰ কোভিড পজিটিভ চিনাক্ত...  •  যোৱা ২৪ ঘন্টাত ৰাজ্যত ১,৪৩,১০৯জনৰ কোভিড টেষ্ট...  •  নাৰায়ণপুৰত মনিকাঞ্চন কলা নিকেতনৰ সত্ৰীয়া সংগীত সমাৰোহ...

ক্ৰিকেটাৰ কপিল দেৱ হ’ব বিশ্ববিদ্যালয়ৰ আচাৰ্য…

874
  • ক্ৰিকেটাৰ কপিল দেৱক আচাৰ্য হিচাপে নিযুক্তি।
  • প্ৰথমবাৰৰ বাবে কোনো এগৰাকী খেলুৱৈয়ে নিযুক্তি লাভ কৰিলে এই পদত।
  • হাৰিয়ানাৰ স্পটছ ইনিভাৰচিটিত আচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে খেলুৱৈ জনক।
  • হাৰিয়ানাৰ চৰকাৰে অনুমোদন জনাইছে এই নিযুক্তিত।
  • এই বিশ্ববিদ্যালয়খনত খেল বিষয়ক বিভিন্ন পাঠ্যক্ৰমৰ লগতে শাৰিৰিক বিষয়ৰো পাঠ্যক্ৰম থাকিব।
  • স্পটছ জাৰ্নেলিজিম, স্পটছ মাৰ্কেটিং, স্পটছ মেনেজমেন্ট, স্পটছ ছাইক’লজি আদি বিষয়ক পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰিব বিশ্ববিদ্যালয়খনত।
  • হাৰিয়ানাৰ সোণিপত জিলাৰ ৰাই’ত অৱস্থিত এই বিশ্ববিদ্যালয়খন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি