ক্ৰিকেটাৰ কপিল দেৱ হ’ব বিশ্ববিদ্যালয়ৰ আচাৰ্য…

ক্ৰিকেটাৰ কপিল দেৱ হ’ব বিশ্ববিদ্যালয়ৰ আচাৰ্য…
  • ক্ৰিকেটাৰ কপিল দেৱক আচাৰ্য হিচাপে নিযুক্তি।
  • প্ৰথমবাৰৰ বাবে কোনো এগৰাকী খেলুৱৈয়ে নিযুক্তি লাভ কৰিলে এই পদত।
  • হাৰিয়ানাৰ স্পটছ ইনিভাৰচিটিত আচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে খেলুৱৈ জনক।
  • হাৰিয়ানাৰ চৰকাৰে অনুমোদন জনাইছে এই নিযুক্তিত।
  • এই বিশ্ববিদ্যালয়খনত খেল বিষয়ক বিভিন্ন পাঠ্যক্ৰমৰ লগতে শাৰিৰিক বিষয়ৰো পাঠ্যক্ৰম থাকিব।
  • স্পটছ জাৰ্নেলিজিম, স্পটছ মাৰ্কেটিং, স্পটছ মেনেজমেন্ট, স্পটছ ছাইক'লজি আদি বিষয়ক পাঠ্যক্ৰম অধ্যয়ন কৰিব পাৰিব বিশ্ববিদ্যালয়খনত।
  • হাৰিয়ানাৰ সোণিপত জিলাৰ ৰাই'ত অৱস্থিত এই বিশ্ববিদ্যালয়খন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in