কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ ৰীণা ৰাণী বৰদলৈৰ দেহাৱসান…

কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ ৰীণা ৰাণী বৰদলৈৰ দেহাৱসান…
  • গীতানগৰস্থিত কন্যা মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ ৰীণা ৰাণী বৰদলৈৰ দেহাৱসান।
  • পুৱা প্ৰায় ৭.৫৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষাগৰাকীয়ে।
  • বিভিন্ন সামাজিক কাৰ্যৰে জড়িত বৰদলৈৰ মৃত্যুত অঞ্চলবাসীয়ে শোক ব্যক্ত কৰিছে।
  • মৃত্যুৰ পাছত ড০ বৰদলৈৰ নশ্বৰ দেহ লৈ যোৱা হয় চিপাঝাৰস্থিত স্বামীগৃহলৈ।
  • কিছুদিন ধৰি অসুস্থ হৈ থকাৰ পাছত দেওবাৰে তেওঁ ইহঃসংসাৰ এৰি থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in