ড্ৰাইভাৰৰ আহিল টোপনি, বিপৰীত দিশৰ বাহনত প্ৰচণ্ড খুন্দাৰ ফলত নিহত ৬ যাত্ৰী…

ড্ৰাইভাৰৰ আহিল টোপনি, বিপৰীত দিশৰ বাহনত প্ৰচণ্ড খুন্দাৰ ফলত নিহত ৬ যাত্ৰী…
  • লক্ষ্ণৌ-আগ্ৰা সংযোগী ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • সোমবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা।
  • এখন বাছৰ সৈতে সংঘৰ্ষ এখন ফৰচুনাৰ বাহনৰ।
  • আৰক্ষীয়ে জনোৱা মতে, বাছ চালকৰ টোপনি অহাৰ বাবে ভুল দিশত চালকে লৈ গৈছিল বাছখন।
  • ইয়াৰ পাছতে বিপৰীত দিশৰ পৰা আহি থকা এখন ফৰচুনাৰ বাহনত প্ৰচণ্ড খুন্দা মাৰে বাছখনে।
  • সংঘৰ্ষত মৃত্যু হয় ফৰচুনাৰ বাহনখনত থকা ৫ জনকৈ যাত্ৰী।
  • ইফালে বাছখনৰ চালকো মৃত্যু হয় ঘটনাস্থলীতে।
  • বাছখনত মুঠ যাত্ৰী আছিল ৪০ গৰাকী, ইয়াৰে ১৫জনৰ অৱস্থা সংকটজনক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in