ফাইল ফটো
ফাইল ফটো

মহানগৰীত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱটৰ মুখত “হেপী বিহু”

  • মহানগৰীত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱট।
  • কামাখ্যা মন্দিৰ দৰ্শন কৰিলে অভিনেত্ৰী গৰাকীয়ে।
  • বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকীক চাবলৈ কামাখ্যা মন্দিৰত অসংখ্য লোকে ভিৰ কৰে।
  • মুক্তি পাবলগীয়া নতুন ছবিৰ সফলতা কামনা কৰি মা কামাখ্যাৰ আশিস ল'লে তেওঁ।
  • গুৱাহাটীলৈ আহি ভাল লগা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে তেওঁ।
  • উপস্থিত সকলো লোককে বিহুৰ শুভেচ্ছাও জনাই বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in