শেহতীয়া খবৰ
জুবিন গাৰ্গলৈ পুৰুষোত্তম দাস বঁটা...  •  মঙলবাৰে সন্ধিয়ালৈকে প্ৰকাশ পাব বিজেপি প্ৰাৰ্থীৰ প্ৰথমখন তালিকা...  •  মঙলবাৰে সন্ধিয়ালৈকে প্ৰকাশ পাব বিজেপি প্ৰাৰ্থীৰ প্ৰথমখন তালিকা...  •  মুখ খুলি নক’লেও বহু অসন্তুষ্টিত আছে কামাখ্যা প্ৰসাদ তাছা!  •  অন্তঃত এদিনৰ বাবে সকাহ…  •  গোৱালপাৰাত ৩দিনীয়া কাৰ্যসূচীৰে ৰাভা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিবেশন, VIDEO  •  যমদুৱাৰ বনভোজস্থলীত অঘটন, নদীত পৰি সন্ধানহীন অৰুণাচলৰ ছাত্ৰ...  •  চৰাইদেউত বিকল খোৱাপানী যোগান আঁচনি, ক্ষুব্ধ স্থানীয় ৰাইজ... VIDEO  •  নাজিৰাত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত...  •  দিল্লীৰ বিবাহস্থলীত দুৰ্বৃত্তৰ গুলীবৰ্ষণ, গুৰুতৰভাৱে আহত এজন

মহানগৰীত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱটৰ মুখত “হেপী বিহু”

409
  • মহানগৰীত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱট।
  • কামাখ্যা মন্দিৰ দৰ্শন কৰিলে অভিনেত্ৰী গৰাকীয়ে।
  • বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকীক চাবলৈ কামাখ্যা মন্দিৰত অসংখ্য লোকে ভিৰ কৰে।
  • মুক্তি পাবলগীয়া নতুন ছবিৰ সফলতা কামনা কৰি মা কামাখ্যাৰ আশিস ল’লে তেওঁ।
  • গুৱাহাটীলৈ আহি ভাল লগা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে তেওঁ।
  • উপস্থিত সকলো লোককে বিহুৰ শুভেচ্ছাও জনাই বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি