শেহতীয়া খবৰ
মহাতাৰকা অমিতাভ বচ্চন বৰ্তমান সংকটমুক্তঃ ডাঃ ৰণদ্বীপ গুলেৰীয়া  •  ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে নেকি যদুকূল ধ্বংসৰ আখৰা? কোৰোনাৰ মাজতে শিলাদিত্যৰ ধুমুহা...  •  জিএমচিএইচত পিপিই কিট পৰিধান কৰি ৮-৯ ঘন্টা কৰ্তব্য কৰা নাৰ্ছ হঠাৎ হ’ল অসুস্থ... VIDEO  •  জলশাক কন্টেইনমেন্ট জ’ন ঘোষণা মুম্বাই পৌৰ নিগমৰ  •  ভাৰতীয় ৰিজাৰ্ৱ বেংকৰ ডেপুটি গৱৰ্ণৰৰ বাবে ৮ গৰাকী প্ৰতিদ্বন্দী  •  বিকাশ ডুবে এনকাউন্টাৰৰ তদন্ত কমিটি গঠন  •  বটদ্ৰৱাত সৰ্পদংশনত এজনৰ মৃত্যু  •  তামুলপুৰত বেংক বিষয়া কোৰোনাত আক্ৰান্ত  •  অসমৰ গৌৰাংগলাল দাস হ’ব টাইৱানত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত  •  জম্মু-কাশ্মীৰত সংঘৰ্ষত সন্ত্ৰাসবাদী নিহত

বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ

161
  • বন্তি শইকীয়া, আজিত শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ।
  • কাজিৰঙাৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ’ল কংকনজ্যোতিক।
  • বন্তি শইকীয়াৰ সৈতে ২২ মে’ত দিল্লীৰ পৰা উভতিছিল কংকন।
  • দিল্লীত প্ৰথম কংকনৰ কোভিড-১৯ পজিটিভ পাইছিল।
  • সুস্থ হোৱাৰ পাছত উভতিছিল অসমলৈ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি