গুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগণা ৰানাৱট

গুৱাহাটীত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগণা ৰানাৱট
  • গুৱাহাটীত উপস্থিত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগণা ৰানাৱট।
  • বৰঝাৰ বিমানবন্দৰত জনপ্রিয় অভিনেত্ৰীগৰাকীক ওচৰৰ পৰা চাবলৈ অনুৰাগীৰ ভিৰ।
  • খানাপাৰাস্থিত গ্ৰীণ উডছ ৰিজ'ৰ্টত সন্ধিয়া এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব অভিনেত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in