শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

অভিনেত্ৰী কংগনাৰ জয়, লাভ কৰিব সকলো ক্ষতিপূৰণ…

3,875

ডিজিটেল ডেস্কঃ অভিনেত্ৰী কংগনা ৰানাৱটৰ মুম্বাইস্থিত কাৰ্যালয়ৰ এটা অংশ ভাঙি পেলোৱা কাৰ্যক শুকুৰবাৰে আইন বিৰুদ্ধ বুলি উল্লেখ্য কৰিছে উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে অভিনেত্ৰী গৰাকীয়ে শিৱ সেনা আৰু মুম্বাই চৰকাৰৰ ওপৰত কৰা এক মন্তব্যৰ পিছতে এই ঘটনা সংঘটিত হৈছিল।

বোম্বে উচ্চ ন্যায়ালয়ে অভিনেত্ৰী গৰাকীৰ সকলো ক্ষতি পূৰণৰ দায়িত্ব গ্ৰহণ কৰিছে। এয়া অভিনেত্ৰী গৰাকীৰ বৃহৎ জয় বুলি অভিহিত কৰিছে তেওঁৰ অনুৰাগী সকলে। উল্লেখ্য যে, অভিনেত্ৰী গৰাকীয়ে ৯ চেপ্তেম্বৰত এই ঘটনা সন্দৰ্ভত বোম্বে উচ্চ ন্যায়ালয়ত এখন আবেদন কৰিছিল। শুকুৰবাৰে আদালতে এই আবেদনৰ শুনানি জাৰি কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি