মাছুদ আজাহাৰক এৰি দিয়া বিজেপিক জবাবদিহি ৰাহুল গান্ধীৰ, VIDEO

মাছুদ আজাহাৰক এৰি দিয়া বিজেপিক জবাবদিহি ৰাহুল গান্ধীৰ, VIDEO
  • পুনৰ এবাৰ কান্দাহাৰ বিমান অপহৰণক লৈ সৰৱ ৰাহুল গান্ধী।
  • ৰাহুল গান্ধীৰ প্ৰশ্ন- পুলৱামা আক্ৰমণৰ মাষ্টাৰ মাইণ্ড কোন?
  • মাছুদ আজাহাৰেই এই কাণ্ডৰ মূল মানুহ।
  • এই মাছুদ আজাহাৰক পাকিস্তানলৈ পঠিয়াইছিল বিজেপিয়ে।
  • সেই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীটোক মুকলি কৰি দিয়াত ভূমিকা আছিল বৰ্তমানৰ নিৰাপত্তা উপদেষ্টাগৰাকীৰ।
  • এতিয়া বিজেপিয়ে এই প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব-
  • কিহৰ কাৰণে আজাহাৰক পাকিস্তানত নি এৰি দিছিলগৈ তেতিয়া?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in