শেহতীয়া খবৰ
বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গোৱালপাৰা আৰু কাবাইতাৰীৰ ৩ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ  •  মন্ত্ৰী পীযুষ হাজৰিকাক ক'লা পতাকা প্ৰদৰ্শন আছুৰ... VIDEO  •  'কা’ আমাৰ প্ৰতিশ্ৰুতি আছিল, আৰু আমি সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছোঃ ৰাজনাথ সিং  •  উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ প্ৰবন্ধক সঞ্জীৱ ৰায়ৰ বৰপথাৰ পৰিদৰ্শন  •  দিল্লীৰ শ্বাহীন বাগত অব্যাহত আছে মহিলাৰ ‘কা’-এনআৰচি বিৰোধী প্ৰতিবাদ...  •  জম্মু-কাশ্মীৰৰ অৱন্তীপুৰাত আৰক্ষী-নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী...  •  ‘কা’, এনআৰচি, এনপিআৰৰ বিৰুদ্ধে দাৰ্জিলিঙত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিবাদী সমদল বাহিৰ...  •  দিল্লীৰ বিধানসভা নিৰ্বাচনঃ বিজেপিৰ ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ  •  পাকিস্তান এক ধৰ্মৰ দেশ, আনকি আমেৰিকাও ধৰ্মশাসিত দেশ, ভাৰত কেৱল ধৰ্ম নিৰপেক্ষ দেশঃ ৰাজনাথ সিং  •  দেশৰ আন প্ৰান্তৰ সৈতে অসমত ’কা’ৰ প্ৰসংগ নিমিলেঃ সৰ্বোচ্চ ন্যায়ালয়ৰ স্পষ্ট মন্তব্য…

আজি ছবিঘৰলৈ ‘কাঞ্চনজংঘা’…

350
  • আজি ৰাজ্যৰ ছবিগৃহত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ ছবি ‘কাঞ্চনজংঘা’।
  • দিল্লী, মুম্বাই, কলকাতাকে ধৰি দেশৰ আন বহুকেইখন ৰাজ্যতো মুক্তি লাভ কৰিব ‘কাঞ্চনজংঘা’।
  • বিগত কিছুদিন ধৰি দিন–ৰাতি একাকাৰ কৰি ছবিখনৰ প্ৰচাৰত ব্যস্ত আছিল জুবিন।
  • সমগ্ৰ ৰাজ্যজুৰি টীম কাঞ্চনজংঘাই চলাইছিল প্ৰচাৰ।
  • ‘কাঞ্চনজংঘা’ৰ প্ৰচাৰত ৰাইজে জনাইছিল বিপুল সঁহাৰি।
  • ৰাজ্যৰ প্ৰায়সমূহ ছবিগৃহত প্ৰথম দিনাৰ প্ৰথম শ্ব’ৰ বাবে ইতিমধ্যে শেষ হৈছে টিকট।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি