আজি ছবিঘৰলৈ ‘কাঞ্চনজংঘা’…

আজি ছবিঘৰলৈ  ‘কাঞ্চনজংঘা’…
  • আজি ৰাজ্যৰ ছবিগৃহত মুক্তি লাভ কৰিব জুবিন গাৰ্গৰ ছবি 'কাঞ্চনজংঘা'।
  • দিল্লী, মুম্বাই, কলকাতাকে ধৰি দেশৰ আন বহুকেইখন ৰাজ্যতো মুক্তি লাভ কৰিব 'কাঞ্চনজংঘা'।
  • বিগত কিছুদিন ধৰি দিন–ৰাতি একাকাৰ কৰি ছবিখনৰ প্ৰচাৰত ব্যস্ত আছিল জুবিন।
  • সমগ্ৰ ৰাজ্যজুৰি টীম কাঞ্চনজংঘাই চলাইছিল প্ৰচাৰ।
  • 'কাঞ্চনজংঘা'ৰ প্ৰচাৰত ৰাইজে জনাইছিল বিপুল সঁহাৰি।
  • ৰাজ্যৰ প্ৰায়সমূহ ছবিগৃহত প্ৰথম দিনাৰ প্ৰথম শ্ব'ৰ বাবে ইতিমধ্যে শেষ হৈছে টিকট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in