কাঞ্চনজংঘা ছুপাৰ হিট, ৩ দিনত উপাৰ্জন ১ কোটি ৩৮ লাখ…

কাঞ্চনজংঘা ছুপাৰ হিট, ৩ দিনত উপাৰ্জন ১ কোটি ৩৮ লাখ…
  • ছবিঘৰত ছুপাৰ হিট জুবিন গাৰ্গৰ কাঞ্চনজংঘা।
  • ৬ ছেপ্তেম্বৰত মুক্তি পোৱা ছবিখনে দেওবাৰৰলৈকে উপাৰ্জন কৰিছে প্ৰায় ১ কোটি ৩৮ লাখ টকা।
  • মুক্তিৰ দিনাই ছবিখনে উপাৰ্জন কৰিছিল ৪০ লাখ টকা।
  • শনিবাৰে ছবিখনে ৩৮.৫ লাখ টকা উপাৰ্জন কৰে।
  • দেওবাৰে ছবিখনে উপাৰ্জন কৰে ৫৯.১ লাখ টকা।
  • দৰ্শকৰ এই সহাৰিৰ বাবে দৰ্শকক ধন্যবাদ জনালে জুবিনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in