শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

কাঞ্চনজংঘা ছুপাৰ হিট, ৩ দিনত উপাৰ্জন ১ কোটি ৩৮ লাখ…

968
  • ছবিঘৰত ছুপাৰ হিট জুবিন গাৰ্গৰ কাঞ্চনজংঘা।
  • ৬ ছেপ্তেম্বৰত মুক্তি পোৱা ছবিখনে দেওবাৰৰলৈকে উপাৰ্জন কৰিছে প্ৰায় ১ কোটি ৩৮ লাখ টকা।
  • মুক্তিৰ দিনাই ছবিখনে উপাৰ্জন কৰিছিল ৪০ লাখ টকা।
  • শনিবাৰে ছবিখনে ৩৮.৫ লাখ টকা উপাৰ্জন কৰে।
  • দেওবাৰে ছবিখনে উপাৰ্জন কৰে ৫৯.১ লাখ টকা।
  • দৰ্শকৰ এই সহাৰিৰ বাবে দৰ্শকক ধন্যবাদ জনালে জুবিনে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি