ছুপাৰ হিট কাঞ্চনজংঘা, প্ৰথম সপ্তাহত উপাৰ্জন ২.৯ কোটি

ছুপাৰ হিট কাঞ্চনজংঘা, প্ৰথম সপ্তাহত উপাৰ্জন ২.৯ কোটি
  • ছুপাৰ হিট জুবিন গাৰ্গৰ কাঞ্চনজংঘা।
  • ছবিগৃহত দেখিবলৈ পোৱা গৈছে দৰ্শকৰ সহাৰি।
  • ৬ ছেপ্তেম্বৰত মুক্তি পোৱা ছবিখনে প্ৰথম সপ্তাহত উপাৰ্জন কৰিছে ২.৯ কোটি টকা।
  • মুক্তিৰ দিনাই ছবিখনে উপাৰ্জন কৰিছিল ৪০ লাখ টকা।
  • দৰ্শকক এই সহাৰিৰ বাবে ধন্যবাদ জনালে জুবিন গাৰ্গে।
  • ইফালে বৰ্তমানো ছবিগৃহত দেখিবলৈ পোৱা গৈছে দৰ্শকৰ সহাৰি।
  • ৰাজ্যৰ বাহিৰৰ ছবিগৃহতো দৰ্শকে আদৰি লৈছে ছবিখন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in