শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

ছুপাৰ হিট কাঞ্চনজংঘা, প্ৰথম সপ্তাহত উপাৰ্জন ২.৯ কোটি

1,067
  • ছুপাৰ হিট জুবিন গাৰ্গৰ কাঞ্চনজংঘা।
  • ছবিগৃহত দেখিবলৈ পোৱা গৈছে দৰ্শকৰ সহাৰি।
  • ৬ ছেপ্তেম্বৰত মুক্তি পোৱা ছবিখনে প্ৰথম সপ্তাহত উপাৰ্জন কৰিছে ২.৯ কোটি টকা।
  • মুক্তিৰ দিনাই ছবিখনে উপাৰ্জন কৰিছিল ৪০ লাখ টকা।
  • দৰ্শকক এই সহাৰিৰ বাবে ধন্যবাদ জনালে জুবিন গাৰ্গে।
  • ইফালে বৰ্তমানো ছবিগৃহত দেখিবলৈ পোৱা গৈছে দৰ্শকৰ সহাৰি।
  • ৰাজ্যৰ বাহিৰৰ ছবিগৃহতো দৰ্শকে আদৰি লৈছে ছবিখন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি