প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ফটো সন্নিবিষ্ট ভোটাৰ তালিকা…

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ফটো সন্নিবিষ্ট ভোটাৰ তালিকা…
  • সোমবাৰে প্ৰকাশ পাইছে কামৰূপ মহানগৰ জিলাৰ সংশিষ্ট ভোটাৰ তালিকা।
  • মুখ্য নিৰ্বাচনী আয়ুক্তৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰিছে তালিকাখন।
  • কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত জালুকবাৰী, দিশপুৰ, পূৱ গুৱাহাটী আৰু পশ্চিম গুৱাহাটীৰ সমষ্টিৰ ভোটাৰ তালিকা প্ৰকাশ পাইছে।
  • ফটো সন্নিৱিষ্ট এই অন্তিম ভোটাৰ তালিকাখন সাধাৰণ ভোটাৰৰ সুবিধাৰ বাবে সংশিষ্ট ইআৰএছ আৰু জিলা নিৰ্বাচনী বিষয়া, গুৱাহাটীস্থিত কামৰূপ মহানগৰ জিলা কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in