কামৰূপ মেট্ৰ’ত ১৩৮৩জন কোৰোনাত আক্ৰান্ত…

কামৰূপ মেট্ৰ’ত ১৩৮৩জন কোৰোনাত আক্ৰান্ত…
  • অসমত আকৌ ৪৮২৬জন কোৰোনা ভাইৰাছত আক্ৰান্ত।
  • ইয়াৰে ১৩৮৩জন কামৰূপ মেট্ৰ'ৰ, ৩৮০জন ডিব্ৰুগড়, ৩৭০জন কামৰূপ গ্ৰাম্য, ২০৯জন বৰপটাৰ।
  • ইফালে, সুস্থ হৈছে ২৯১৬জন লোক।
  • বৰ্তমান ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৯৯১৫জন ৰোগী।
  • আনহাতে, বুধবাৰে ৰাজ্যত মৃত্যু হৈছে ৫৫জন লোকৰ।
  • ইয়াৰে ১৮জন কামৰূপ মেট্ৰ'ৰ, ৬জন বৰপেটাৰ, ৩জন গোৱালপাৰাৰ, ৩জন নগাঁৱৰ।
  • এতিয়ালৈকে ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪৮৫জনলৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in