দুদিনৰ বাবে চিআইডিৰ জিম্মালৈ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী

ফাইল ফটো
ফাইল ফটো
  • দুদিনৰ বাবে চিআইডিৰ জিম্মালৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী।
  • চি জে এম আদালতত দেওবাৰে হাজিৰ কৰোৱা হৈছিল।
  • তাৰ পিছতে তেওঁক দুদিনৰ বাবে চিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।
  • 'কা' বিৰোধী আন্দোলনক হিংসাত্মক ৰূপ দিয়াৰ অভিযোগ নেতাগৰাকীৰ বিৰুদ্ধে।
  • দিছপুৰ আৰক্ষীয়ে ২৩ জানুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল চৌধুৰীক।
  • তেওঁৰ বিৰুদ্ধে ৰাজহুৱা সম্পত্তি ধ্বংস কৰাত উচটনি দিয়াৰো অভিযোগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in