অসম কামপুৰত ৰে’ল লাইনত পুৰুষৰ মৃতদেহ উদ্ধাৰ অসমীয়া প্ৰতিদিন ৰ দ্বাৰা Nov 15, 2019 ত শেষ সম্পাদনা কৰা হৈছে 154 শ্বেয়াৰ কৰক কামপুৰৰ পটিয়াপামৰ হাতীপোটা থানৰ সমীপত অঘটন। ৰে’ল লাইনত এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ।ৰে’লৰ পৰা পৰি মৃত্যু হোৱাৰ আশংকা। নিহত লোকজন বৰ্তমানেও চিনাক্ত হোৱা নাই।ঘটনাস্থলীত উপস্থিত ৰে’ল আৰক্ষী। 154 শ্বেয়াৰ কৰক