কামপুৰত অঘটন, দাৰ ঘাপত গুৰুতৰভাৱে আহত ৩

কামপুৰত অঘটন, দাৰ ঘাপত গুৰুতৰভাৱে আহত ৩
  • কামপুৰৰ পদুমণি বিলত দুই ফৈদৰ মাজত সংঘাত।
  • ৬০০ টকাৰ বাবেই দুই ফৈদৰ মাজত তীব্ৰ সংঘাত।
  • এগৰাকী মহিলা সহ দুই ফৈদৰ তিনিজন আহত।
  • দাৰ ঘাপত গুৰুতৰভাৱে আহত চামিদা খাতুন, আতিকুৰ হক আৰু চাদিকুল হক।
  • আহত ৩জন কামপুৰ এফ আৰ ইউত চিকিৎসাধীন।
  • ঘটনা সন্দৰ্ভত কামপুৰ আৰক্ষীৰ তদন্ত আৰম্ভ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in