শেহতীয়া খবৰ
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অপমান কৰি বলিউদৰ সংগীত পৰিচালকৰ বিৰ্তকিত টুইট...  •  কেব বাতিলৰ দাবীঃ গোৱালপাৰাৰ ৰাজপথত আছুৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল...  •  উত্তৰ কামৰূপৰ একাংশ ৰাস মহোৎসৱস্থলীত মুকলি জুৱা... VIDEO  •  বিয়াত বহিল মুখ্যমন্ত্ৰীৰ ভগ্নী! টুইটাৰত প্ৰধানমন্ত্ৰীয়ে দিলে যুগ্মজীৱনৰ বাবে শুভেচ্ছাবাণী...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  জাতীয় নায়কে কেবৰ বিৰুদ্ধে মাত মাতি জাতিটোক ৰক্ষা কৰকঃ ওদালগুৰিত আছুৰ বিশাল জোঁৰ সমদল...  •  ভূমিকম্পই জোকাৰিলে গুৱাহাটী মহানগৰী...  •  মানকাচৰত নাৰী অপহৰণকাৰী চক্ৰৰ সদস্যক আটক...  •  শোণিতপুৰ জিলা আৰক্ষীৰ বৃহৎ   অভিযান, ৯খন বাইকসহ গ্ৰেপ্তাৰ চোৰক...

সমগ্ৰ ৰাজ্যৰ লগতে কামপুৰতো ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি…VIDEO

130

ডিজিটেল সংবাদ, কামপুৰঃ চৌদিশে এতিয়া উখল মাখল পৰিবেশ। সমগ্ৰ ৰাজ্যৰ লগতে কামপুৰতো শ্ৰীশ্ৰী ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰত ১১ নৱেম্বৰৰ পৰা ছয় দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব ৮৩ তম শ্ৰীশ্ৰী ৰাস মহোৎসৱৰ “মহা ৰজত জয়ন্তী”।

প্ৰায় ১২ লাখ টকাৰ ব্যয়ৰে অনুষ্ঠিত হব লগা মহা ৰজত জয়ন্তী” বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হব বুলি ৰাসমহোৎসৱৰ উদযাপন সমিতিয়ে জানিব দিয়ে। বিগত কেইবৰ্ষৰ দৰেই এইবাৰো প্ৰতিস্থিত কৰিবলৈ সাজু কৰি তুলিছে মৃণ্ময় মূৰ্তি সমূহ।

মৃত শিল্পৰ হাতত প্ৰাণ পাই উঠিছে বিভিন্ন আকাৰৰ মৃণ্ময় মূৰ্তি সমূহ। ইফালে বানত সকলো টছনছ হৈ পৰা পিছতো কামপুৰৰ কপিলী পাৰত ত্ৰিবেনী সংঘৰ উদ্যোগত পশ্চিম কাৱৈমাৰী নামঘৰ প্ৰাঙ্গনত দিনে নিশাই চলিছে ৰাখৰ যুদ্ধকালীন প্ৰস্তুতি। বিভিন্ন জাতি জনজাতিৰ লোক সকলৰ মিলন ক্ষেত্ৰলৈ পৰিণত হৈছে কপিলী পাৰ । খোল তালৰ সুমধুৰ শব্দত ককাল ঘূৰাই নাচি আপোন পাহৰা হৈছে জীয়ৰী বোৱাৰী সকল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি