কামপুৰ আৰক্ষীৰ অভিযানঃ নকল নোট বনোৱা মেচিনসহ ৬জনক আটক…

কামপুৰ আৰক্ষীৰ অভিযানঃ নকল নোট বনোৱা মেচিনসহ ৬জনক আটক…
  • কামপুৰ আৰক্ষীৰ সফল অভিযান৷
  • নকল টকা বনোৱা মেচিনসহ ৬জন প্ৰৱঞ্চকক আটক কৰে আৰক্ষীয়ে।
  • গোপন সূত্ৰৰ পম খেদি কামপুৰৰ কাকতি গাঁৱত আৰক্ষীয়ে চলাইছিল এই অভিযান ।
  • আটক কৰা প্ৰবঞ্চক কেইজনৰ ভিতৰত লখিমপুৰৰ ৪ জন আৰু নাগালেণ্ডৰ দুজন ।
  • আৰক্ষীয়ে আটক কৰা কেইজন ক্ৰমে-
  • জেহেৰুন ইছলাম(লখিমপুৰ, ইছলামপুৰ), ইদজত আলি(লখিমপুৰ, আহমেদপুৰ), ওৱাহিদুল ইছলাম (লখিমপুৰ ২ নং ইছলামপুৰ),
  • আতিকুল ইছলাম (লখিমপুৰ,২ নং ইছলামপুৰ), পাওচিপাম( ডিমাপুৰ), পাওংগি(ডিমাপুৰ)।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in