কামপুৰ মাধৱপাৰাত পুনৰ খহিল বৰপানী নৈৰ মথাউৰি, বিপদত ২৫ খন গাঁও…VIDEO

কামপুৰ মাধৱপাৰাত পুনৰ খহিল বৰপানী নৈৰ মথাউৰি, বিপদত ২৫ খন গাঁও…VIDEO
  • কামপুৰ মাধৱপাৰাত পুনৰ খহিল বৰপানী নৈৰ মথাউৰি ৷
  • বুধবাৰে পুৱা বৰপানী নৈত জাহ গ'ল মাধৱপাৰা মাথাউৰি ৭০ শতাংশ ৷
  • মাত্ৰ দুই তিনি ফুট বাকী আছে মাথাউৰিটোৰ ৷
  • যাৰ বাবে শংকিত হৈ পৰিছে স্থানীয় লোকসকল ৷
  • কামপুৰত কপিলী, বৰপানী আৰু নিশাৰী নৈ জলপৃষ্ট কিছু পৰিমানে হ্ৰাস পাইছে যদিও কমা নাই বানাক্ৰান্তৰ দুখ-দুৰ্দশা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in