শেহতীয়া খবৰ
কপাহেৰা আঞ্চলিক কবি সন্মিলনৰ বিশেষ কাৰ্যসূচী, বৰ অসমৰ শিক্ষামন্ত্ৰী শৰৎ চন্দ্ৰ গোস্বামী, বিশিষ্ট সমাজকৰ্মী ৰূপৰাম সূত স্মাৰক বক্তৃতা-কবিতা পাঠৰ অনুষ্ঠান  •  আজৰি নাই! ইমানেই আন্তৰিকতা অসমীয়াৰ প্ৰতি...  •  বনদস্যু বীৰাপ্পনাৰ কন্যাৰ বিজেপিত যোগদান  •  'পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া অমূল্য লিয়োনাক হত্যা কৰিলে ১০ লাখ টকাৰ পুৰস্কাৰ দিব শ্ৰীৰাম সেনাৰ সদস্যই…  •  মাংস আৰু কণী আপোনাৰো প্ৰিয় নেকি? তেন্তে এবাৰ পঢ়ক এই বাতৰি...  •  বিশিষ্ট ফটো সাংবাদিক তৰণী কান্ত বৰ্মনৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ...  •  উৰিয়ামঘাটত পিষ্টলসহ এজনক আটক...  •  কোৰোনা ভাইৰাছৰ সন্ত্ৰাসঃ চীনৰ পাছতে অধিক ৰোগীৰ মৃত্যু হৈছে এইখন দেশত...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...

কঠিয়াতলীত উদ্ধাৰ প্ৰকাণ্ড অজগৰ, VIDEO

69
  • কঠিয়াতলী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কাফিতলীত অজগৰ উদ্ধাৰ।

  • কাফিতলীৰ পাপু হুছেইনৰ ঘৰত উদ্ধাৰ হয় প্ৰায় ১৪ ফুট দৈৰ্ঘ্যৰ অজগৰ ডাল।

  • চাৰিটাকৈ হাঁহ ভক্ষণ কৰে অজগৰ ডালে।

  • স্থানীয় ৰাইজে অজগৰটো ধৰি বন বিভাগৰ সহযোগত কন্দলী পাহাৰত এৰি দিয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি