কঠিয়াতলীত উদ্ধাৰ প্ৰকাণ্ড অজগৰ, VIDEO

কঠিয়াতলীত উদ্ধাৰ প্ৰকাণ্ড অজগৰ, VIDEO
  • কঠিয়াতলী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কাফিতলীত অজগৰ উদ্ধাৰ।
  • কাফিতলীৰ পাপু হুছেইনৰ ঘৰত উদ্ধাৰ হয় প্ৰায় ১৪ ফুট দৈৰ্ঘ্যৰ অজগৰ ডাল।
  • চাৰিটাকৈ হাঁহ ভক্ষণ কৰে অজগৰ ডালে।
  • স্থানীয় ৰাইজে অজগৰটো ধৰি বন বিভাগৰ সহযোগত কন্দলী পাহাৰত এৰি দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in