কামপুৰৰ কপিলীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰী, VIDEO

কামপুৰৰ কপিলীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰী, VIDEO
  • কামপুৰ নিজ জৰাবাৰীত অঘটন৷
  • কপিলী নদীত গা ধুবলৈ গৈ দুই কিশোৰী সন্ধানহীন৷
  • স্থানীয় ৰাইজে নাওঁ লৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান৷
  • সন্ধানহীন কিশোৰী দুগৰাকী ধুনুলিকা ডেকাৰজা আৰু জান পাটৰ৷
  • ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰক্ষী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in