কামপুৰত নিশা দুই পক্ষৰ মাজৰ সংঘাতত আহত ৪

কামপুৰত নিশা দুই পক্ষৰ মাজৰ সংঘাতত আহত ৪
  • কামপুৰৰ ঘিলানী গাঁৱত নিশা উত্তপ্ত পৰিস্থিতি।
  • মদ্যপান কৰি দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট।
  • ঘটনাত এগৰাকী মহিলাসহ চাৰিজন লোক আহত।
  • আহতসকলক কামপুৰ এফ আৰ ইউত ভৰ্তি।
  • আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে নিয়ন্ত্ৰণ কৰিলে পৰিস্থিতি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in