অসম বন্ধৰ প্ৰভাৱ কামপুৰতো সৰ্বাত্মক, VIDEO

অসম বন্ধৰ প্ৰভাৱ কামপুৰতো সৰ্বাত্মক, VIDEO
  • অসম বন্ধৰ প্ৰভাৱ কামপুৰতো সৰ্বাত্মক ৰূপত পৰিছে।
  • সকলো দোকান পোহাৰ বন্ধ হোৱাৰ লগতে সকলো চৰকাৰী- বেচৰকাৰী, যান-বাহন চলাচল বন্ধ হয়।
  • ইফালে বন্ধৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কামপুৰীয়া ৰাইজৰ প্ৰতিবাদ।
  • কামপুৰ নগৰৰ মাজমজিয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in