কামপুৰত বাইক- স্কুটীৰ সংঘৰ্ষ, নিহত ১

কামপুৰত বাইক- স্কুটীৰ সংঘৰ্ষ, নিহত ১
  • কামপুৰত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা।
  • দক্ষিণ কামপুৰ হাইস্কুলৰ সন্মুখত সংঘটিত হৈছে দুৰ্ঘটনাতো।
  • বাইক আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষ।
  • থিতাতে নিহত হৈছে এজন।
  • নিহত লোকজনৰ নাম ৰাজু আহমেদ।
  • আনহাতে আহত গুলজাৰ হুছেইন বৰ্তমান কামপুৰ এফ আৰ ইউত চিকিৎসাধীন হৈ আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in