কামপুৰৰ বানৰ সংহাৰী ৰূপ, ভাঙি নিলে মাথাউৰি…VIDEO

কামপুৰৰ বানৰ সংহাৰী ৰূপ, ভাঙি নিলে মাথাউৰি…VIDEO
  • কামপুৰৰ বানৰ বিধ্বংসী ৰূপ।
  • বৰপানী নৈৰ কোবাল সোতে ভাঙি নিলে কচুৱাৰ হাতীখুতিৰ মাথাউৰি ।
  • মাথাউৰিটোৰ প্ৰায় ৫০ মিটাৰ খহাই নিয়ে বৰপানী নৈ কোবাল সোতে ।
  • মাথাউৰিটো ভাঙি নিয়া ফলত ৬/৭ গাঁৱৰ ১০ হাজাৰ লোকৰ সংযোগ বিছিন্ন।
  • বৰ্তমানলৈকে উপস্থিত হোৱা নাই প্ৰশাসনৰ লোক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in