শেহতীয়া খবৰ
গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  ঢকুৱাখনা কলেজত পথ সুৰক্ষা সম্পৰ্কীয় সংহত শৈক্ষিক সজাগতা অভিযানৰ সভা, "বেমাৰতকৈও দুৰ্ঘটনাত মৃত্যুৰ হাৰ বাঢ়িছে"-জিলা পৰিবহন বিষয়া সীতাৰাম দলে  •  ধুবুৰীলৈ যোৱাৰ পথত নিৰুদ্দেশ ঢকুৱাখনাৰ এজন ব্যক্তি  •  হাজো মেলাৰ পৰা মহিমাৰীৰ আমজাদ আলী নিৰুদ্দেশ  •  কোনো কাৰণতে মানি নলয় 'কা', ধেমাজিত নিশাও শতাধিক আছু কৰ্মীয়ে অব্যাহত ৰাখিছে অনশন, VIDEO  •  ঢকুৱাখনাত ডঃ অমিয় কুমাৰ সন্দিকৈৰ প্ৰবন্ধ সংকলন "চিন্তা বিচিত্ৰা" উন্মোচন...  •  শিৱসাগৰৰ শিৱৰাত্রী, কেইবা লক্ষাধিক লোকৰ সমাৱেশ, VIDEO  •  বটদ্ৰৱাৰ সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰত কলা দৰ্শন সাংস্কৃতিক গোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান  •  কণমানিটোৰ হাতত কিয় গোলাপ গুজি দিলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই...

‘২০১৯ৰ বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক কোহলীৰ বিপৰীতে ধোনী হ’ব লাগে’

2,064

ডিজিটেল ডেস্কঃ ২০১৯ৰ ক্ৰিকেট বিশ্বকাপৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰা হৈছে। খেলুৱৈসকলৰ নাম প্ৰকাশ হোৱাৰ পাছতেই এতিয়া ছ’চিয়েল মিডিয়াত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰাও দেখা পোৱা গৈছে। ইতিমধ্যে ক্ৰিকেট ৱৰ্ল্ড কাপ ২০১৯ৰ বাবে ভাৰতীয় দলৰ ১৫জনকৈ খেলুৱৈৰ নাম ঘোষণা কৰা হৈছে।

ইফালে, বলিউদৰ অভিনেতা কমাল আৰ খানে ভাৰতীয় ক্ৰিকেট দলটোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অভিনেতাগৰাকীয়ে ভাৰতীয় ক্ৰিকেট দলটোৰ বিৰাট কোহলী আৰু এম অছ ধোনীৰ তুলনা কৰা দেখা পোৱা গৈছে। ৱৰ্ল্ড কাপ ২০১৯ৰ বাবে বি চি চি আই-য়ে সোমবাৰে দলটোৰ খেলুৱৈৰ নাম ঘোষণা কৰে। খেলুৱৈসকলৰ নাম ঘোষণা কৰাৰ পাছতেই কমাল আৰ খানে টুইটাৰযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

তেওঁ বিৰাট কোহলীক দলটোৰ অধিনায়ক ৰূপে খেলিলে কেনেধৰণে প্ৰদৰ্শন কৰে তাক লৈ কৰে এই টুইট। কমাল আৰ খানে টুইটাৰত লিখিছে- ‘বিৰাট কোহলীৰ জীৱনটো ব্যৰ্থতা আৰু অশ্লীল শব্দৰে ভৰা। সেয়েহে এম এছ ধোনী বিশ্বকাপ-২০১৯ত ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়ক হোৱাটো উচিত। আপোনালোকে সমৰ্থন জনাইনে?’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি