শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

শক্তিপীঠ কামাখ্যাত নিষিদ্ধ সামগ্ৰীৰ ক’লা বজাৰঃ আটক বহিঃৰাজ্যৰ ৩ চোৰাং চিকাৰী…

213
  • শক্তিপীঠ কামাখ্যা ধামত বনবিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ অভিযান।
  • অভিযানত জব্দ বৃহৎ পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ প্ৰতংগৰ লগতে মূল্যৱান সাগৰীয় সামগ্ৰী।
  • দীৰ্ঘদিন ধৰি শক্তিপীঠ কামাখ্যা ধামত এই নিষিদ্ধ সামগ্ৰীৰ কলা বজাৰ চলাই আছিল বহিঃৰাজ্যৰ এটা চক্ৰই।
  • বন বিভাগৰ অভিযানত আটক হৈছে বহিঃৰাজ্যৰ তিনিজন চোৰাং ব্যৱসায়ী।
  • ধৃত লোকজনৰ নাম জীতেন্দ্ৰ সাহ, ৰাহুল চৌধুৰী আৰু সন্তোষ গুপ্তা।
  • ইফালে অভিযানৰ কালছোৱাত ধৃত লোক কেইজনৰ পৰা জব্দ হয় নগধ ৫০হাজাৰ টকা।
  • শক্তিপীঠৰ লগতে মহানগৰীৰ গণেশগুৰিটো অভিযান চলাই বনবিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ই।
  • ঘটনা সন্দৰ্ভত ধৃত লোককেইজনক জেৰা অব্যাহত ৰাখিছে বন বিভাগৰ শীৰ্ষ বিষয়াসকলে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি