শক্তিপীঠ কামাখ্যাত নিষিদ্ধ সামগ্ৰীৰ ক’লা বজাৰঃ আটক বহিঃৰাজ্যৰ ৩ চোৰাং চিকাৰী…

শক্তিপীঠ কামাখ্যাত নিষিদ্ধ সামগ্ৰীৰ ক’লা বজাৰঃ আটক বহিঃৰাজ্যৰ ৩ চোৰাং চিকাৰী…
  • শক্তিপীঠ কামাখ্যা ধামত বনবিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ৰ অভিযান।
  • অভিযানত জব্দ বৃহৎ পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ প্ৰতংগৰ লগতে মূল্যৱান সাগৰীয় সামগ্ৰী।
  • দীৰ্ঘদিন ধৰি শক্তিপীঠ কামাখ্যা ধামত এই নিষিদ্ধ সামগ্ৰীৰ কলা বজাৰ চলাই আছিল বহিঃৰাজ্যৰ এটা চক্ৰই।
  • বন বিভাগৰ অভিযানত আটক হৈছে বহিঃৰাজ্যৰ তিনিজন চোৰাং ব্যৱসায়ী।
  • ধৃত লোকজনৰ নাম জীতেন্দ্ৰ সাহ, ৰাহুল চৌধুৰী আৰু সন্তোষ গুপ্তা।
  • ইফালে অভিযানৰ কালছোৱাত ধৃত লোক কেইজনৰ পৰা জব্দ হয় নগধ ৫০হাজাৰ টকা।
  • শক্তিপীঠৰ লগতে মহানগৰীৰ গণেশগুৰিটো অভিযান চলাই বনবিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ'ই।
  • ঘটনা সন্দৰ্ভত ধৃত লোককেইজনক জেৰা অব্যাহত ৰাখিছে বন বিভাগৰ শীৰ্ষ বিষয়াসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in