কামাখ্যা ধামত উদ্ধাৰ মুণ্ডহীন মৃহদেহ…

কামাখ্যা ধামত উদ্ধাৰ মুণ্ডহীন মৃহদেহ…
  • কামাখ্যা ধামত উদ্ধাৰ মুণ্ডহীন মৃহদেহ।
  • শিৰচ্ছেদ কৰা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো এগৰাকী মহিলাৰ।
  • বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ লোক।
  • ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।
  • মৃতদেহটোৰ চৌদিশে পূজাৰ সামগ্ৰী দেখা পোৱাক লৈ এয়া নৰবলি বুলি সন্দেহ কৰা হৈছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in