কল্পনা লাজমী আৰু যোৰহাটত তোলা এখন বিশেষ ফটো…

কল্পনা লাজমী আৰু যোৰহাটত তোলা এখন বিশেষ ফটো…

ডিজিটেল ডেস্কঃ কল্পনা লাজমী আজি নাই। কিন্তু অসমৰ সৈতে তেওঁৰ আছিল এক বিশেষ সম্পৰ্ক। 'এক পল' ছবিখনৰ শ্বুটিঙৰ সময়ৰ এখন আলোকচিত্ৰই সেই কথা সোঁৱৰাই দেয়ে।

ছবিখন নিৰ্মাণত সহায় কৰিছিল হেমেন বৰুৱাই। ছবিখনৰ পৰিচালনা, চিত্ৰনাট্য আছিল কল্পনাৰ। এই বিশেষ ফটোখনত আছে ভূপেন হাজৰিকা। ভূপেন হাজৰিকাৰ কাষতেই বহি আছে কল্পনা আৰু তাৰকাষতেই শ্বাৱানা আজমী।

শ্বাৱানাৰ কাষত নাছিৰুদ্দিন শ্বাহ, তাৰকাষতেই গুলজাৰ চাহাব, আৰু কাষত ফাৰুক শ্বেখ। তলৰ ফালে বহি আছে হেমেন বৰুৱা। এক অন্তৰংগৰ মুহূৰ্তৰ ছবি আছিল এইখন। এই ফটোখন তুলিছিল যোৰহাটত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in