থোৰতে কল্পনা লাজমী

থোৰতে কল্পনা লাজমী

কল্পনা লাজমী

জন্মঃ ১৯৫৪ চন

পিতৃৰ নামঃ গোপী লাজমী

মাতৃৰ নামঃ ললিতা লাজমী

ৰচিত গ্ৰন্থঃ ভূপেন হাজৰিকা- এজ আই নিউ হিম

কল্পনা লাজমিয়ে পৰিচালনা, প্ৰযোজনা আৰু চিত্ৰনাট্য কৰা ছবিসমূহঃ

ডি জি ম'ভি পিঅ'নাৰ (১৯৭৮, পৰিচালনা)

এ ৱৰ্ক ষ্টাডি ইন টি' পাল্কিং (১৯৭৯, পৰিচালনা)

এলং দা ব্ৰক্ষপুত্ৰ (১৯৮১, পৰিচালনা)

এক পল (১৯৮৬, পৰিচালনা, প্ৰযোজনা, চিত্ৰনাট্য)

লুহিত কিনাৰে (১৯৮৮, পৰিচালনা)

ৰুদালী (১৯৯৩, পৰিচালনা, চিত্ৰনাট্য)

দৰমিয়ান- ইন বিটুইন (১৯৯৭, পৰিচালনা, প্ৰযোজনা)

দামন-এ ভিকটিম অৱ মেৰিটেল ভাৱলেন্স (২০০১, পৰিচালনা, চিত্ৰনাট্য)

কিউ? (২০০৩, পৰিচালনা, প্ৰযোজনা)

চিঙ্গাৰী (২০০৬, পৰিচালনা,প্ৰযোজনা,চিত্ৰনাট্য)

মৃত্যুঃ ২০১৮, ২৩ চেপ্তেম্বৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in