কেইটামান বিশেষ ক্ষণ কল্পনা লাজমীৰ…

কেইটামান বিশেষ ক্ষণ কল্পনা লাজমীৰ…

ডিজিটেল ডেস্কঃ কল্পনা লাজমী এতিয়া অতীত। মুম্বাইত দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে কল্পনা লাজমীয়ে। তেওঁৰ জীৱনৰ কেইটামান মুহূৰ্তৰ আলোকচিত্ৰ।

অন্তিম শয়নত কল্পনা লাজমী
অন্তিম শয়নত কল্পনা লাজমী
সুধাকণ্ঠৰ বিশ্বস্ত সংগী আছিল তেওঁ…
সুধাকণ্ঠৰ বিশ্বস্ত সংগী আছিল তেওঁ…
মুম্বাইত দেওবাৰে অন্ত্যিষ্টিক্ৰিয়াৰ বাবে সাজু কৰা মুহূৰ্তত
মুম্বাইত দেওবাৰে অন্ত্যিষ্টিক্ৰিয়াৰ বাবে সাজু কৰা মুহূৰ্তত
শেষ যাত্ৰাৰ পূৰ্বে অন্তিম বিদায় জনালে গুণমুগ্ধই
শেষ যাত্ৰাৰ পূৰ্বে অন্তিম বিদায় জনালে গুণমুগ্ধই
চিকিৎসালয়ত ভৰ্তি হৈ থকা সময়ৰ এক মুহূৰ্ত
চিকিৎসালয়ত ভৰ্তি হৈ থকা সময়ৰ এক মুহূৰ্ত
চিকিৎসালয়লৈ যোৱা সময়ত কল্পনা লাজমী
চিকিৎসালয়লৈ যোৱা সময়ত কল্পনা লাজমী
মাতৃৰ সৈতে কল্পনা লাজমী
মাতৃৰ সৈতে কল্পনা লাজমী
সুধাকণ্ঠৰ সৈতে মুম্বাইৰ বাসগৃহত এক অন্তৰংগ ক্ষণত কল্পনা লাজমী
সুধাকণ্ঠৰ সৈতে মুম্বাইৰ বাসগৃহত এক অন্তৰংগ ক্ষণত কল্পনা লাজমী
সুধাকণ্ঠৰ কাষত অন্তিম ক্ষণত কল্পনা
সুধাকণ্ঠৰ কাষত অন্তিম ক্ষণত কল্পনা
এক সুখৰ মুহূৰ্তত কল্পনা লাজমী
এক সুখৰ মুহূৰ্তত কল্পনা লাজমী
শ্বুটিঙৰ সময়ত কল্পনা লাজমীৰ ব্যস্ততা
শ্বুটিঙৰ সময়ত কল্পনা লাজমীৰ ব্যস্ততা
কল্পনা, সুধাকণ্ঠৰ বিশ্বস্ত সংগী…
কল্পনা, সুধাকণ্ঠৰ বিশ্বস্ত সংগী…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in